Home দেশধৰ্ষণকাণ্ড ৰোধৰ বাবে চিন্তা, ধৰ্ষণৰ অভিযুক্তই নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা

ধৰ্ষণকাণ্ড ৰোধৰ বাবে চিন্তা, ধৰ্ষণৰ অভিযুক্তই নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ধৰ্ষণকাণ্ড ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হাৰিয়ানা চৰকাৰে৷ ধৰ্ষণ আৰু শ্লীলতা হানিৰ অভিযুক্তক চৰকাৰী সুবিধা প্ৰদানৰ নকৰে হাৰিয়ানা চৰকাৰে৷ তাৰ লগে লগে পেন্সন লাভ কৰা সকলৰ পেন্সন বন্ধ কৰাৰ লগতে জলপানি পৰ্যন্ত বন্ধ কৰিব চৰকাৰে৷ আদালতে গোচৰৰ ৰায়দান নকৰা পৰ্যন্ত সমূহ সুবিধা কৰ্তন কৰিব চৰকাৰে৷

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে মহিলাক নিৰ্যাতন চলোৱা যিকোনো গোচৰৰ অভিযুক্তক চাৰ্জশ্বিট দাখিল নকৰা পৰ্যন্ত চৰকাৰী সুবিধা কৰ্তন কৰা হ’ব৷ যেতিয়ালৈ চূড়ান্ত ৰায় নিদিব৷ পুৰুষ-মহিলা সকলোৱে নাপাব সুবিধা। যদি আদালতে নিৰ্দোষী বুলি ঘোষণা কৰে তেন্তে পুনৰাই লাভ কৰিব সকলো সুবিধা৷
আনহাতে হাৰিয়ানা চৰকাৰে ধৰ্ষিতাক প্ৰতিমাহে ২২ হাজাৰ টকা দিয়াৰ লগতে ধৰ্ষণৰ গোচৰৰ তদন্ত এমাহৰ ভিতৰত সমাপ্ত কৰা হ’ব বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0