Home ৰাজ্যবৰপেটাত ব্ৰহ্মপুত্ৰৰ কবলত মথাউৰি : আতংকিত শ শ গাঁৱৰ ৰাইজ

বৰপেটাত ব্ৰহ্মপুত্ৰৰ কবলত মথাউৰি : আতংকিত শ শ গাঁৱৰ ৰাইজ

by News Desk
58 views
A+A-
Reset

বাঘবৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ মথাউৰিসমূহৰ নিৰ্মাণ তথা মেৰামতিৰ  কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল যদিও বৰপেটা জিলাৰ সৰ্ববৃহৎ বাঘবৰ-বহৰি সংযোগী মথাউৰি মেৰামতিৰ কাম কাৰ্যতঃ নহ’ল। ফলত বাঘবৰ, বৰপেটা আৰু চেঙা সমষ্টিৰ ৰক্ষাকবচস্বৰূপ জিলাখনৰে বৃহৎ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে ।

বহু ঠাইত নৈ ক্ৰমান্বয়ে কাষ চাপি আহি মথাউৰিটো ভাঙি পেলোৱাৰ উপক্ৰম ঘটিছে। কালৰূপী ব্ৰহ্মপুত্ৰই পূৰ্বে ভাঙি  পেলোৱা ঠাইত নতুনকৈ নিৰ্মাণ কৰিছে যদিও তাৰ অৱস্থাও সম্প্ৰতি জৰাজীৰ্ণ। এই মথাউৰিৰ দুয়ো কাষে বাস কৰিছে গৰাখহনীয়াই সৰ্বহাৰা কৰা হাজাৰ হাজাৰ পৰিয়ালে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0