92
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল কোচিৰ মেট্ৰো সেৱা। কেৰালাৰ প্ৰধান চহৰখনৰ এই অভিলাষী পৰিবহণ ব্যৱস্থাৰ ফলত উপকৃত হৈছে জনতা।
আনহাতে স্বাৱলম্বী হোৱাৰ সুযোগ দিবলৈ মেট্ৰো সেৱাৰ কৰ্মচাৰী হিচাপে চৰকাৰে নিয়োগ কৰিছিল ২১ জন কিন্নৰক। তৃতীয় লিংগৰ এইসকল কৰ্মচাৰীৰ দৰমহা হ’ল ৯ৰ পৰা ১৫ হাজাৰ টকা।