51
ডিজিটেল ডেস্কঃ কণ কণ ল’ৰা-ছোৱালীয়ে ডাঙৰ ডাঙৰ স্কুলবেগ দাঙি বিদ্যালয়লৈ যোৱা দেখিলে সকলোৰে বেয়া লাগে। সেয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। শনিবাৰে পাঠদান বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লৈছে চৰকাৰে৷
শনিবাৰে বিদ্যালয়লৈ নিব নালাগে পাঠ্যপুথি৷ শিক্ষাৰ্থীৰ ব্যাক্তিত্ব বিকাশৰ বাবে শনিবাৰে বিশেষ পাঠদান কৰিব শিক্ষকসকলে৷ উত্তৰ প্ৰদেশ চৰকাৰে শনিবাৰে ‘নো স্কুল বেগ ডে’ প্ৰৱৰ্তন কৰাৰ এক প্ৰস্তাৱ বিবেচনা কৰিছে৷