Home ৰাজ্যচাবুৱাত ধোৱা চাঙত পৰি ৰৈছে স্বচ্ছতা অভিযান, নাই এটা প্ৰস্ৰাৱগাৰো

চাবুৱাত ধোৱা চাঙত পৰি ৰৈছে স্বচ্ছতা অভিযান, নাই এটা প্ৰস্ৰাৱগাৰো

by News Desk
84 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক বাৰ্তা দিছিল দেশ পৰিস্কাৰ কৰাৰ৷ মোডীৰ এই প্ৰয়াসৰ পিছতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, নেতা, মন্ত্ৰী, বিধায়কে হাতে হাতে ঝাড়ু লৈ স্বচ্ছতা অভিযানৰ গুৰুত্ব প্ৰচাৰ কৰে৷

কিন্তু স্বচ্ছতা অভিযানে দুটা বছৰ অতিক্ৰম কৰাৰ পিছত লাহে লাহে এই অভিযান মাথো এখন নাটক হে হৈ পৰা পৰিলক্ষিত হৈছে৷ শ্ল’গান আৰু বেনাৰৰ মাজতে এই অভিযান স্বব্ধ হৈ পৰাত এতিয়া কদৰ্য্যময়তাত গ্ৰাস গৈছে প্ৰায়বোৰ অঞ্চল৷ ইফালে স্বচ্ছতাৰ নামত চৰকাৰে কোটি কোটি টকা আবন্টন দি আহিলেও একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া-ঠিকাদাৰে স্বচ্ছতাৰ নামত ভেকোঁভাওনা কৰি আবন্টিত ধন জেপত ভৰোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0