Home ৰাজ্যচাবুৱাত গুটখা বিৰুধী অভিযান যুৱ ছাত্ৰ পৰিষদৰ

চাবুৱাত গুটখা বিৰুধী অভিযান যুৱ ছাত্ৰ পৰিষদৰ

by News Desk
98 views
A+A-
Reset

চাবুৱাঃ ২০১৩ চনতে ধঁপাতমুক্ত অসমৰ সংকল্পৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰৱৰ্তন কৰা “ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩” এতিয়া ধোৱা চাঙত উঠিছে৷ ৰাজ্যত ধঁপাতৰ অবাধ বিক্ৰিয়ে প্ৰমাণ কৰে ধংপাত নিষিদ্ধ কৰণ আিনৰ পূৰ্ণ বিফলতা৷ এচাম অবৈধ ব্যৱসায়ীয়ে নেতা-বিষয়াৰ আশীৰ্বাদপুষ্ট হৈ চলাই আছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়৷ 

আনহাতে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন আৰু সচেতন মহলে ধঁপাত নিষিদ্ধ কৰাৰ দাবীত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কদাপি গুৰুত্ব দিয়া চৰকাৰ কিম্বা প্ৰশাসনে৷ শেহতীয়াকৈ অসমৰ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ ধঁপাত জব্দ কৰি জ্বলাই দিয়াৰ সময়তে আজি পুনৰ চাবুৱাত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0