62
কোকিলাঃ বানৰ কবলত পৰি ৰাজ্যৰ ২৬খন জিলাৰ লোক ককবকাই থকাৰ সময়তে খেতি পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে৷
কেইবাখনো জিলাৰ পথাৰ পানীয়ে বুৰাই পেলোৱাৰ সময়তে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা এই কৃষকসকল হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ।