126
নগাঁওঃ নগাঁৱৰ ননৈ হত্যাকাণ্ডৰ ৩ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জালত পৰা হত্যাকাৰীকেইজন হৈছে ৰাজীৱ বণিক, চুলতান আলী আৰু প্ৰণৱ নাথ। প্ৰাক্তন সেনা জোৱান দীপেন নাথ হত্যাত অভিযুক্ত আটাইকেইজন। ২২ অক্টোবৰত গুলীয়াই হত্যা কৰিছিল দীপেন নাথক। আৰক্ষীয়ে জব্দ কৰিলে হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু বাইক।