82
নৰ্থ লখিমপুৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল অনুষ্ঠিত হয়৷ লখিমপুৰৰ MVI সম্পৰ্কত এই সংবাদমেল আয়োজন কৰা হয়৷
লখিমপুৰৰ MVI মাখন দত্তৰ কু-কৰ্ম আৰু দুৰ্নীতি ফাদিল কৰিছিল কিছুদিন পূৰ্বে দূৰ্নীতি বিৰোধী যুৱ শক্তি অসমে। দূূৰ্নীতি বিৰোধী যুৱ শক্তিৰ মুখ বন্ধ কৰিবলৈ ২ লাখ টকা অফাৰৰ দিয়াৰ অভিযোগ আনিছে এই সংবাদমেলত।