102
ডিজিটেল ডেস্কঃ হলীডে বুলিলেই ভাল লগা ঠাইলৈ এপাক। তাৰ পিছত ফেচবুকত ধুনীয়া ধুনীয়া বিভিন্ন এংগলৰ ফটোৰ ভিৰ। আৰু ফটো আপলোড কৰা মাত্ৰকে লাইক, কমেণ্টৰ বান।
পিছে এতিয়া সাৱধান। আপোনাৰ এই ফেচবুক প্ৰীতিয়ে মাতি আনিব পাৰে বিপদ। এই ভাল লগা ফটোৰ বাবেই আপোনাৰ দুৱাৰত আহি টুকুৰিয়াব পাৰে আয়কৰ বিভাগৰ কৰ্মচাৰীয়ে। কিয়নো ফেচবুকত আপুনি আপলোড কৰা অৱসৰ বিনোদনৰ ফটোৰ ওপৰতো এতিয়াৰে পৰা চকু দিব আয়কৰ বিভাগে।