55
ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰৰ কেবিনেটৰপৰা অপসাৰিত মন্ত্ৰী কপিল মিশ্ৰই এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত এইবাৰ আৰোপ লগাইছে ৩০০ কোটিৰ দৰৱ কেলেংকাৰীৰ।
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনকো সাঙুৰি মিশ্ৰই উত্থাপন কৰা এই অভিযোগ মতে তিনিটাকৈ আঁচনিৰ পুঁজিৰ ধন দুইজন নেতাই আত্মসাৎ কৰা বুলি দাবী কৰিছে। ইয়াৰে এটা কেলেংকাৰীৰ সৈতে জড়িত ৰাশি ৩০০ কোটি বুলি জানিবলৈ দিছে মিশ্ৰই।