Home ৰাজ্যNRCৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে ডিফু-জাজৰিত প্ৰশাসনে অনুষ্ঠিত কৰিলে সজাগতা সভা

NRCৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে ডিফু-জাজৰিত প্ৰশাসনে অনুষ্ঠিত কৰিলে সজাগতা সভা

by News Desk
68 views
A+A-
Reset

newsnextone.com | জাজৰি/ডিফুঃ অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খন সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ প্ৰাক মহূৰ্তত কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনত এনআৰচিক লৈ সজাগ হোৱা পৰিলক্ষিত হৈছে৷ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ইতিমধ্যে কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰিছে৷ ধৰমনালা ছোৱালী মহাবিদ্যালয়তো স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বুধবাৰে সভা অনুষ্ঠিত কৰে প্ৰশাসনে৷

জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত এনআৰচি সন্দৰ্ভত ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, এনআৰচিৰ জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৰচিং বে’, এনআৰচিৰ সমল ব্যক্তি তথা প্ৰাক্তন উপায়ুক্ত টি কে বৰ্মণে৷ এনআৰচিৰ দ্বিতীয় খন খচৰা প্ৰকাশৰ পিছত আবেদনকাৰীৰ নাম সন্নিবিষ্ট নহলে আবেদনকাৰীক উপযুক্ত নথিৰ ভিত্তিত এটা সুযোগ প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0