Home ৰাজ্যৰূপহীহাটত তিনি NRC কৰ্মচাৰী আটক

ৰূপহীহাটত তিনি NRC কৰ্মচাৰী আটক

by News Desk
63 views
A+A-
Reset

newsnextone.com বঢ়হমপুৰঃ ৰূপহীহাটত তিনিগৰাকী NRC কৰ্মচাৰী আটক কৰা হৈছে। চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে উত্তৰ খাটোৱাল NRCৰ ৩কৰ্মচাৰীক। উত্তৰ খাটোৱাল NRCৰ এলেকাধীন এটি পৰিয়ালৰ গুণগত মান নিৰ্ণয় কৰি নাকচ কৰা গুৰুত্বপূৰ্ণ নথি চুৰি কৰাৰ অভিযোগত আটক ইদ্ৰিছ আলী, নুৰ আহমদ আৰু বাছিদুল হাছান নামৰ কৰ্মচাৰী কেইজন। ইয়াৰে আটকাধীন নুৰ আহমদ আৰু ইদ্ৰিছ আলী শিক্ষক হোৱাৰ বিপৰীতে বাছিদুল হাছান NRC সেৱা কেন্দ্ৰটোৰ কম্পিউটাৰ সহায়ক। চক্ৰ বিষয়াই নাকচ কৰা নথি চুৰি কৰি অবৈধ উপায়েৰে NRC-ৰ  খছৰাত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিওকে আটক কৰে ৰূপহীহাট আৰক্ষীয়ে৷ ইতিনধ্যে ৰূপহীহাট আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0