46
অভয়াপুৰীঃ সংসদীয় ব্যৱস্থাৰ গৰিমাত কালিমা সানিলে কংগ্ৰেছৰ ভাতৃ সংগঠনে৷ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক নিৰ্লজ্জ আখ্যা দিলে কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI-এ৷ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI-এ এই মৰসাহ কৰে৷