66
বেইজিংঃ অভিযানটাৰ নাম আছিল ‘স্মাইলিং বুদ্ধ’। ১৯৭৪ চনৰ ১৮ মে’ত পোখৰানত ভাৰতে প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষা কৰিছিল। এয়াৰ পাছতে ১৯৯৮ চনৰ ১১-১৩ মে’ত একে স্থানতে ভাৰতে পাঁচটা পাৰমাণৱিক বোমা বিস্ফোৰণৰ সফল পৰীক্ষণ কৰে। ইয়াৰ লগে লগে পাকিস্তানেও পাৰমানৱিক বোমাৰ পৰীক্ষা কৰি নিজকে পৰমানৱিৰ শক্তিধৰ বুলি ঘোষণা কৰে।
