Home দেশপৰম্পৰা ৰক্ষাৰ নামত উলংগ কিশোৰীক ১৫ দিনে কৰা হয় পূজা

পৰম্পৰা ৰক্ষাৰ নামত উলংগ কিশোৰীক ১৫ দিনে কৰা হয় পূজা

by News Desk
71 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পৰম্পৰা ৰক্ষাৰ নামত আমাৰ দেশত ঢাল হিচাপে ব্যৱহাৰ কৰা হয় কিশোৰীক৷ পৰম্পৰা ৰক্ষাৰ নামত একাংশ লোকে অনৈতিক কাম কৰাৰ খবৰ সময়ে সময়ে সংবাদ মাধ্যমত প্ৰকাশ তথা প্ৰচাৰ হৈ আহিছে৷ তাৰ মাজতে পৰম্পৰা ৰক্ষাৰ নামত এনেকুৱা এখন প্ৰতিচ্ছবি পোহৰলৈ আহিছে যিখন প্ৰত্যক্ষ কৰি সচেতন লোকৰ চকু কপালত উঠিছে৷ এই খবৰটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিশেষভাৱে গুৰুত্ব পাইছে৷

তামিলনাডুৰ মদুৰৈৰ এটি মন্দিৰত পৰম্পৰাৰ নামত কিশোৰীক উলংগ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, মন্দিৰৰ ভিতৰত কিশোৰীক উলংগ কৰি থিয় কৰি ৰখা হয় ১৫ দিন ধৰি৷ ১০ বছৰৰ পৰা ১৪ বছৰীয়া কিশোৰীক উলংগ কৰি ৰখাৰ কেইখনমান আলোকচিত্ৰ পোহৰলৈ অহাৰ পিছতে চৌদিশে হৈ-চৈ লাগে৷ কিশোৰীয়ে দেৱী থিয় দি থকাৰ দৰে থিয় থাকিব লাগে মন্দিৰৰ পূজাৰীৰ সন্মুখত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0