62
নুমলীগড়ঃ নুমলীগড়ত শনিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত দুটি শিশু নিহত হোৱাৰ লগতে আন দহটি শিশু আহত হয়৷
আহতসকলৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে৷