52
ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছা আৰু আক্ৰাছুয়ে।
বি জে পি চৰকাৰ বেপাৰী, বি জে পি গ’ বেক, সৰ্বানন্দ সোণোৱাল মিচলীয়া, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।