58
ওদালগুৰিঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন দেওবাৰে ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ দেশতে বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি। ফলত বন্ধ হৈ পৰিল নতুন নিযুক্তিকে ধৰি নতুন নতুন আঁচনিৰ শুভাৰম্ভণি।
ইয়াৰ মাজতে সোমবাৰে ওদালগুৰিত সংঘটিত হ’ল নাভুত-নাশ্ৰুত কাণ্ড। নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছদিনাই ওদালগুৰি ধনশিৰি জলসিঞ্চন বিভাগ চৌহদত দেখা গ’ল বিভাগটোত যোগদান কৰিবলৈ অহা প্ৰাৰ্থীৰ হেতাওপৰা।