Home ৰাজ্যবনভোজলৈ যোৱা বাছত অগ্নিকাণ্ড, ছাত্ৰ-ছাত্ৰীসহ আহত ৭

বনভোজলৈ যোৱা বাছত অগ্নিকাণ্ড, ছাত্ৰ-ছাত্ৰীসহ আহত ৭

by News Desk
A+A-
Reset
ৱৱৱ

ওদালগুৰিঃ কথমপি প্ৰাণৰক্ষা পৰিল ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা চাৰিআলিৰ চেৰেগা ফাউণ্ডেচন কণিষ্ঠ মহাবিদ্যালয়ৰ ত্ৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ।

কণিষ্ঠ মহাবিদ্যালয়খনৰপৰা শনিবাৰে পুৱা প্ৰায় ত্ৰিশৰো অধিক শিক্ষাৰ্থীয়ে বনভোজ খাবলৈ গৈছিল বাক্সা জিলাৰ বগামাটি বনভোজস্থলীলৈ। ইয়াৰ পাছত গোৰেশ্বৰৰ  অম্বৰীশনগৰৰ সমীপত এ‌ এছ ২৫ বি চি ০৮৭২ নম্বৰৰ চলন্ত আল্ট্ৰা বাছখনৰ তল অংশত জুই প্ৰত্যক্ষ কৰে পথাৰত কাম কৰি থকা কেইজনমান লোকে। লগে লগে তেওঁলোকে চিঞৰ-বাখৰ কৰাত বাছখনৰ চালকে বাছখন ৰখাই দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0