Home ৰাজ্যওদালগুৰিত মহাসপ্তমীত ভক্তৰ ভিৰ

ওদালগুৰিত মহাসপ্তমীত ভক্তৰ ভিৰ

by News Desk
43 views
A+A-
Reset

ওদালগুৰিঃ অাজি মহাসপ্তমী উপলক্ষে ৰাজ্যজুৰি দুৰ্গা পূজাৰ মণ্ডপসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে৷ আজি সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি চহৰখনতো মা দুৰ্গাৰ অাৰ্শীবাদ ল’বলৈ অসংখ্য ভক্তৰ লানি নিছিগা সোত বোৱা পৰিলক্ষিত হয়৷ ঢাক-ঢোল, শংখ, উৰুলী ধ্বনিৰে সমগ্ৰ ওদালগুৰি চহৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। 

ওদালগুৰিৰ প্ৰতিখন পূজা মণ্ডপ সমিতিয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে৷ যাৰ বাবে প্ৰতিখন মণ্ডপতে অসংখ্য জনৰ সমাগম ঘটা দেখিবলৈ পোৱা যায়৷ আনহাতে পূজাৰ সময়ছোৱাত সমূহ ৰাইজে যাতে শান্তি-অানন্দৰে পূজা উপভোগ কৰিব পাৰে সেই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0