Home ৰাজ্যজনজাতিকৰণ নকৰাত ক্ষোভ আক্ৰাছুৰ

জনজাতিকৰণ নকৰাত ক্ষোভ আক্ৰাছুৰ

by News Desk
65 views
A+A-
Reset

ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আক্ৰাছুৰ (অতুল বৰ্মণ) গোটে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি  অটুল বৰ্মনে শুকুৰবাৰে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত অভিযোগ কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দৰে বি জে পি চৰকাৰেও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰি চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে।

ইয়াত হাত উজান দিছে বি পি এফৰ দৰে আঞ্চলিক দলেও।  ২০১৪ চনৰ লোকসভা নিৰ্ব্বাচনৰ সময়ত বি জে পিৰ চৰকাৰ গঠন হ’লে ছয় মাহৰ ভিতৰত কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি বিবৃতিটোত উল্লেখ কৰি ইয়াৰদ্বাৰা কোচ-ৰাজবংশী লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0