63
ওদালগুৰিঃ ওদালগুৰি ৰে’ল ষ্টেচন কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড। যিকোনো মূহুৰ্তত সদাব্যস্ত ৰে’ল ষ্টেচনটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে প্ৰাণহানি পৰ্যন্ত হ’ব পাৰে।
গতিকে ওদালগুৰি ৰে’ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে এশবাৰ ভাবক চহৰখনৰ ৰে’লযাত্ৰীসকলে। মধ্যবৃত্ত শ্ৰেণীৰ জনসাধাৰণৰ যাতায়াতৰ একমাত্ৰ ভৰসা হ’ল ৰে’ল যাতায়াত। কিন্তু ওদালগুৰি ৰে’ল বিভাগে স্থাপন কৰা মৰণফান্দে ওদালগুৰিৰ সচেতন মহলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।