60
ওদালগুৰিঃ ওদালগুৰিত কৃষকসকলৰ মাজত সা-সঁজুলি বিতৰণ কাৰ্যসূচীত সোমবাৰে উপস্থিত থাকে মন্ত্ৰী তপন কুমাৰ গগৈ।
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰি কেৱল ‘ৰাজ্যসভাত বিলখন নাহিল’ বুলি পলায়নবাদী মন্তব্য কৰে একালৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।