ডিজিটেল ডেস্কঃ দেশব্যাপি দলিত-আদিবাসী ৰাজ পথলৈ ওলাই অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে পুনঃবিচাৰ যাচিকা আদালতত দাখিল কৰাৰ কথা এক বিবৃতি যোগে ঘোষণা কৰে৷ সামাজিক ন্যায় মন্ত্ৰণালয়ে এই সিদ্ধান্ত লয়৷
I wish to convey that today we've filed a petition on the judgement by Supreme Court on the SC/ST act. We have filed a comprehensive review petition which will be presented before the court by the senior lawyers of the government: Ravi Shankar Prasad, Union Law Minister #SCSTAct pic.twitter.com/d7fzlUtTHy