Home ৰাজ্যঅইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বহীনতা, বাঘজানত ভয়ংকৰ অগ্নিকাণ্ড

অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বহীনতা, বাঘজানত ভয়ংকৰ অগ্নিকাণ্ড

by News Desk
A+A-
Reset
oil bagh tin

তিনিচুকীয়াঃ অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড কোনো নতুন কথা নহয়। অইল কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ ফলত একাধিকবাৰ তেল পৰিবাহী পাইপলাইনত বিস্ফোৰণ, খাদত বিস্ফোৰণৰ ফলত বিস্তৰ অঞ্চলৰ কৃষক ৰাইজ, পশুধন, শস্য পথাৰৰ ক্ষয়-ক্ষতিৰ উদাহৰণৰ পিছত আজি পুনৰ অইলৰ চৰম অবিবেচকী কৰ্ম-কাণ্ডৰ ফলত তিনিচুকীয়া জিলাৰ বৃহৎ অঞ্চল এটালৈ আহি পৰিছে ভয়ংকৰ বিপদৰ আগজাননী। 

আজি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ পাঁচশ মিটাৰ আঁতৰত থকা অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান OCSৰ ৫ নম্বৰ খাদত বুধবাৰে পুৱাই অইলৰ চূড়ান্ত গাফিলতিৰ বাবে পাইপলাইনত বিস্ফোৰণ ঘটি অহৰহ গেছ নিৰ্গত হৈ আছে৷ দ্ৰুত গতিত নিৰ্গত হোৱা গেছ এই পৰ্যন্ত অইল কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ফলত সমগ্ৰ অঞ্চলটো পাইপ ফুটি নিৰ্গত হোৱা গেছে ছানি ধৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0