Home ৰাজ্য৩০ অক্টোবৰত নিহত সকললৈ শ্রদ্ধাঞ্জলি ঐক্য সেনা অসমৰ

৩০ অক্টোবৰত নিহত সকললৈ শ্রদ্ধাঞ্জলি ঐক্য সেনা অসমৰ

by News Desk
A+A-
Reset
okya sena

শিৱসাগৰঃ  অসমৰ জনসাধাৰণৰ বাবে এক পাহৰিব নোৱাৰা দুযোগময় কলংকিত দিন ২০০৮ বর্ষৰ ৩০ অক্টোবৰ । ৰাজ্যৰ  সর্বজনৰয় অন্তৰত নিদাৰুণ আঘাট দি যোৱা এক ভয়াবহ কাল ধুমুহা হিচাপে থিয় দিয়া উক্ত দিনটোত নৰঘাটকে মানুহৰ তেজ আৰু জীৱনক লৈ যি খেলা কৰিলে সেইয়া মানুহৰ মনৰ পৰা কোনো দিন মচিব নোৱাৰা এক কলা অধ্যায় । 

মানৱ ৰূপী দানৱৰ সেই খেলত বহুতো উঠি অহা যৌৱন স্তব্ধ হৈ ৰল, বহু গৰাকী মাতৃৰ বুকু সুদা আৰু বহু পত্নীৰ শিৰৰ সেন্দুৰ চিৰ দিনৰ বাবে নোহোৱা হৈ গল । গুৱাহাটী মহানগৰীৰ গণেশগুৰি, কাছাৰী, পানবজাৰ, বৰপেটা ৰোড আৰু কোকৰাঝাৰ আদি বিভিন্ন ঠাইত ধাৰাবাহিক ভাবে ঘটা বিস্ফোৰণত অসমৰ সমাজ আৰু জনসাধাৰণৰ বাবে যি বিপর্য্যয় কঢ়িয়াই আনিলে সেইয়া যেন ইতিহাসেই সাক্ষী । আজিও সেই ভয়াবহ দিনৰ স্মৃতি বহন কৰি বহুজন পংগুহৈ জীৱনৰ লগত যুঁজ কৰিব লগা হৈছে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0