• ঐক্যসেনা অসমৰ বিশজনৰো অধিক সদস্যই আজি অৰ্ধনগ্ন হৈ ৰংঘৰৰ বাকৰিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰতিবাদত সমুহীয়া মুণ্ডণ কাৰ্য্যসূচী ৰূপায়ন কৰে