55
ডিব্ৰুগড়ঃ প্ৰবীণ সাংবাদিক তথা শিক্ষাবিদ প্ৰফুল্ল ৰাজগুৰুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি ধনটি শইকীয়া, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।