Home ৰাজ্য৮২ বছৰ বয়সতো শিক্ষকতা অব্যাহত ৰখা এগৰাকী শিক্ষক

৮২ বছৰ বয়সতো শিক্ষকতা অব্যাহত ৰখা এগৰাকী শিক্ষক

by News Desk
65 views
A+A-
Reset

চিপাঝাৰঃ দৰং জিলাৰ দেওঁমৰনৈ মডেল ইংলিছ স্কুলৰ এগৰাকী ৮২ বছৰীয়া শিক্ষকক ছাত্ৰ ছাত্ৰীয় হিয়া উজাৰি জনালে সম্বধৰ্না। জীৱনত শিক্ষাকে দান কৰি অহা এই গৰাকী শিক্ষকৰ নাম হল গোপাল শৰ্মা। দেওঁমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি শিক্ষক গৰাকী ঘৰতে শুই বহি থাকি সময় কটোৱাৰ বিপৰীতে ব্যস্ত হৈ আছে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাত। ১৯৯৮ চনৰ নৱেম্বৰ মাহত দেওমৰণৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পৰাই গোপাল চন্দ্ৰ শৰ্মা নামৰ এইগৰাকী শিক্ষকে এইখন  দেওমৰণৈ MODEL ENGLISH SCHOOL ত বিনা বেতনে শিক্ষকতা কৰি আহিছে। 

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0