75
ডিব্ৰুগড়ঃ মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কেতিয়া হয় কোনে জানে৷ মৃত্যু আহে জীৱনলৈ গোপনে গোপনে৷ মৃত্যু ৰৈ থাকে এছাটি বতাহ হৈ অট্টালিকাৰ ছাদত৷ মৃত্যু ৰৈ থাকে এটা ছাঁ হৈ ব্যস্ত ৰাজপথত৷ সুযোগ পালেই যিয়ে কোঙা কৰে সপোনৰ দুই হাত৷
