Home ৰাজ্যহোজাইত হস্তনিৰ্মিত পিষ্টল, সজীৱ গুলীসহ যুৱক গ্ৰেপ্তাৰ

হোজাইত হস্তনিৰ্মিত পিষ্টল, সজীৱ গুলীসহ যুৱক গ্ৰেপ্তাৰ

by News Desk
A+A-
Reset
morajhar up

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ এজন যুৱকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰ। সোমবাৰে নিশা  স্থানীয় আৰক্ষীয়ে অঞ্চলটোৰ আমবাৰীৰ শ্বাহিদুজ জামান নামৰ যুৱকৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে  এটি হস্তনিৰ্মিত পিষ্টল আৰু ২১ জাই ৭.২১ SLR ৰাইফলৰ সজীৱ গুলী।

ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে মোৰাঝাৰ আৰক্ষীয়ে। ইফালে যুৱকজনৰ ঘৰত এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। একাংশ লোকে যুৱকজনৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ চলোৱা বুলিও দাবী কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0