Home দেশসময়তকৈ আগতেই অনুষ্ঠিত হ’ব নেকি ২০২৪ৰ নিৰ্বাচন? কি ইংগিত দিছে মোদী চৰকাৰে?

সময়তকৈ আগতেই অনুষ্ঠিত হ’ব নেকি ২০২৪ৰ নিৰ্বাচন? কি ইংগিত দিছে মোদী চৰকাৰে?

by News Desk
A+A-
Reset
one-nation-one-election

মুম্বাইত বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠক অনুষ্ঠিত হোৱাৰ ঠিক পিছতে এইবাৰ সংসদত বিশেষ অধিৱেশনৰ আহ্বান কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইটাৰ (বৰ্তমান এক্স)যোগে ঘোষণা কৰা মতে, ১৮ৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন (১৭ নং লোকসভাৰ ১৩তম অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিবেশন) আহ্বান কৰা হৈছে। 

দেশৰ ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি২০ সন্মিলনৰ ঠিক পিছতে মোদী চৰকাৰে আহ্বান কৰা এই বিশেষ অধিবেশনক লৈ এতিয়া আৰম্ভ হৈছে নানান জল্পনা কল্পনা। চৰ্চা চলিছে- ‘এই অধিৱেশনতে মোদী চৰকাৰে আনিব পাৰে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ বিধায়ক। চৰ্চা চলিছে- সময়ৰ পূৰ্বে মন্ত্ৰীসভা ভংগ কৰি ২০২৪ৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই অনুষ্ঠিত কৰা হ’ব পাৰে লোকসভাৰ নিৰ্বাচন। অৱশ্যে কিন্তু সংসদৰ এই বিশেষ অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0