67
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰীগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ধৰমপুৰ গাঁৱৰ এগৰাকী বৃদ্ধাক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ দ্বিতীয় পুত্ৰ বিৰণ বসুমতাৰীয়ে সদৰী কৰা মতে মাতৃ অথে বসুমতাৰী(৪৫)য়ে জিলাখনৰ আওডু বজাৰত চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল।