অধিবক্তাৰ উচটনিত প্ৰতিবাদ কৰিবলৈ আহি এজন নিহত

Home ৰাজ্যঅধিবক্তাৰ উচটনিত প্ৰতিবাদ কৰিবলৈ আহি এজন নিহত

অধিবক্তাৰ উচটনিত প্ৰতিবাদ কৰিবলৈ আহি এজন নিহত

by News Desk
86 views
A+A-
Reset

অভয়াপুৰীঃ প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদ কৰিবলৈ আহি কৰুণ মৃত্যুক সাবতিলে এজনে। গোৱালপাৰা জিলাৰ খাৰ-বোজাত সংঘটিত হয় এই অঘটন। প্ৰাপ্ত বাতৰি মতে ডি ভোটাৰৰ স্থায়ী সমাধান, প্ৰকৃত ভাৰতীয় বাদ নপৰাকৈ NRCপ্ৰদান আদি বিভিন্ন দাবীৰ সমৰ্থন স্থানীয় একাংশ লোকে প্ৰতিবাদী সমদল উলিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আগবাঢ়ি আহে।

এই খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় গোৱালপাৰা আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দল। আৰক্ষী আৰু চি আৰ পি এফৰ দলটোৱে প্ৰথমে প্ৰতিবাদী সমদলটোক পথ অৱৰোধ কাৰ্যসূচীৰ অনুমতি পত্ৰ বিচাৰে। কিন্তু অনুমতি পত্ৰ নথকা হেতুকে সেয়া প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। লগে লগে অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়া নহ’ব বুলি আৰক্ষীৰ দলটোৱে প্ৰতিবাদকাৰী দলটোক স্পষ্ট কৰি দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি প্ৰতিবাদ অব্যাহত ৰখাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0