তেজাল খাহী চুৰি কৰি বন্ধুক খুৱালে মণিৰামে, সেই বন্ধুৱে আকৌ...

Home ৰাজ্যতেজাল খাহী চুৰি কৰি বন্ধুক খুৱালে মণিৰামে, সেই বন্ধুৱে আকৌ হত্যা কৰিলে মণিৰামক

তেজাল খাহী চুৰি কৰি বন্ধুক খুৱালে মণিৰামে, সেই বন্ধুৱে আকৌ হত্যা কৰিলে মণিৰামক

by News Desk
49 views
A+A-
Reset

newsnextone.com | ওৰাংঃ মাংস আৰু চুলাই মদৰ বাবে এগৰাকী লোকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনক পথাৰত হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে অভিযুক্ত নৰেন গৌড়, নন্দু গৌড়, লখিয়া গৌড় আৰু ভাগৰথী গৌড়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শনিবাৰে পুৱাই লোক কেইজনক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷  

জানিব পৰা মতে, ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনৰ বাৰীত ১০ মে’ত এটি তেজাল খাহী সোমাই বাৰীৰ গছ-গছনিৰ পাত খাই ক্ষতি কৰে৷ তেনে সময়তে তেজাল খাহীটো ধৰে আৰু ঘৰৰ ভিতৰত আৱদ্ধ কৰে মণিৰামে৷ খাহীৰ লোভ সামৰিব নোৱাৰি খাহী হত্যা কৰি খোৱাৰ বাবে পৰিকল্পনা কৰে৷ আবেলি খাহীটোক মাৰি কাটি-বাচি মাংস সাজু কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0