Home ৰাজ্যউৎকট গৰমে দহিছে ৰাজ্য, VIPৰ সুৰক্ষাত নিয়োজিত আৰক্ষীৰ জোৱানৰ মৃত্যু, এজন অসুস্থ

উৎকট গৰমে দহিছে ৰাজ্য, VIPৰ সুৰক্ষাত নিয়োজিত আৰক্ষীৰ জোৱানৰ মৃত্যু, এজন অসুস্থ

by News Desk
61 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ উৎকট গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰম সহিব নোৱাৰি এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী জোৱান চিকিৎসাধীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত৷ 

জানিব পৰা মতে, তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ আৰু ধুবুৰী ভ্ৰমণৰ কৰা ৰাজ্যপাল জগদীশ মুখীৰ ভ্ৰমণৰ অন্তিম দিন শুকুৰবাৰে কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ সৈতে নিৰাপত্তা দি থকা অৱস্থাতে অসম আৰক্ষী জোৱান ভদ্ৰসিং নাৰ্জাৰীয়ে প্ৰচণ্ড গৰম সহিব নোৱাৰাত ঢলি পৰে৷ ফলত আৰক্ষী জোৱান ভদ্ৰসিং নাৰ্জাৰীক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰিবলৈ অনা হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত জোৱান গৰাকী বঙাইগাঁও মেচপাৰাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0