66
newsnextone.com | অভয়াপুৰীঃ এখন বন্ধ সুৰাৰ দোকান৷ দোকান খনৰ সন্মুখত উপস্থিত হ’ল আবকাৰী বিভাগ৷ হাতত তলা ভঙা হাতুৰী, লগত ইলেক্টনিক কাটাৰ৷ দেখিলেই গম পায় যে আবকাৰী বিভাগে দোকানখন ভাঙিবলৈ আহিছে৷
পিছে আপুনি ভবাৰ দৰে আবকাৰী বিভোগৰ দলটোৱে অবৈধ সুৰাৰ দোকান উচ্চেদ কৰিবলৈ অহা নাই৷ আহিছে সুৰা বিপনীখনৰ প্ৰকৃত মালিকৰ হাতত বিপনীখন চমজাই দিবলৈ৷ ৰাজহ সংগ্ৰহৰ স্বাৰ্ছত আবকাৰী বিভাগে দোকানকন পুনৰ খুলিহে দিছে৷