61
newsnextone.com | ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই জালনোটৰ ব্যৱসায় কৰা দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাঁচালি গাঁৱৰ আজিবুৰ ৰহমান আৰু আবুল কাছেম ওৰফে বাদশ্বাহ নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
