59
নয়ন ডেকা, ওৰাঙঃ ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত গৰুবন্ধা গাঁও নিবাসী লোহিত ডেকাৰ তৃতীয় পুত্ৰ যতীন্দ্ৰ মোহন ডেকাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অনুত্তীৰ্ণ হোৱাৰ বাবে ঘৰতে চিপ লৈ আত্মহননৰ পথ বাচি লয়।
ৰাতিপুৱা প্ৰায় ৯ঃ৩০ বজাত পৰিয়ালৰ লোক খেতি-পথাৰলৈ যোৱাৰ সময়তে ছাত্ৰজনে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।