53
গুৱাহাটীঃ বৃহস্পতিবাৰে জন্মু-কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত আৰু আহত চি আৰ পি এফৰ জোৱানসকলৰ শ্ৰদ্ধাঞ্জলি আৰু আহু আৰোগ্য কামনা কৰি বিভিন্ন স্থানত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে দেশৰ শোকগ্ৰষ্ট নাগৰিক সকলে৷
