49
শুক্লাইঃ বন্যহস্তীৰ পাছত এইবাৰ বনৰীয়া মেথোনে সৃষ্টি কৰা সন্ত্ৰাসৰ কবলত পৰিছে ভেৰগাঁও৷ ভেৰগাঁৱৰ বাদলাপাৰাত আজি দুদিন ধৰি বনৰীয়া মেথোনৰ তাণ্ডৱত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷
মঙলবাৰে নিশা ভেৰগাঁৱৰ বাদলাপাৰা চাহ বাগিচাৰ কেইবাটাও শ্ৰমিক লাইনত বনৰীয়ে মেথোনে প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাঙি পেলায়৷