73
অমৃতসৰঃ যোৱা বুধবাৰে ভাৰতে দুজন পাকীস্তানী বন্দীক স্বদেশলৈ প্ৰেৰণ কৰে৷ ইয়াৰে ২১ বছৰীয়া আব্দুল্লাই তেওঁৰ অতি প্ৰিয় অভিনেতা শ্বাহৰুখ খানক লগ ধৰিবলৈ পুনৰ ভাৰতলৈ আহিব বুলি কৈ থৈ যায়৷
নতুন দিল্লীত থকা পাকিস্তানৰ উচ্চায়ুক্তই জাৰি কৰা জৰুৰী ভ্ৰমণৰ পাৰ-পত্ৰৰ ভিত্তিত আব্দুল্লা আৰু ইমৰাণ কুৰেছি ৱাৰ্ছি নামৰ দুই পাকিস্তানী নাগৰিকক আট্টাৰি-ৱাঘা সীমান্তৰে স্বদেশলৈ প্ৰেৰণ কৰা হয়৷