46
ডিজিটেল ডেস্কঃ পুনৰ জন্মু কাশ্মীৰত যুদ্ধ বিৰতি ভংগ কৰিলে পাকিস্তানে৷ আজি ৰাতিপুৱা ৰাজৌৰী চেক্টৰত পাকিস্তানে ধাৰসাৰ গুলিবৰ্ষণ কৰি যুদ্ধ বিৰতি ভংগ কৰে৷
পাকিস্তানৰ ফালৰ পৰা হোৱা গুলিবৰ্ষণত এটি শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়৷ তদুপৰি গুলিচালনাত তিনিগৰাকী লোক আহত হয়৷