56
গুৱাহাটীঃ অসম সাহিত্য সভাত নতুনত্ব অনাৰ দাবীৰে পুনৰ সভাপতিৰ আসনত বহিব বুলি আজি এখন সংবাদমেল যোগে ঘোষণা কৰে ডা° ধ্ৰুৱজ্যোতি বৰাই। সাহিত্য সভাৰ অধিৱেশনৰ কিমান প্ৰয়োজনীয়তা আছে বুলি প্ৰশ্ন উত্থাপন কৰি বৰাই কয়, ‘সাহিত্য সভালৈ বৌদ্ধিক কাম কাজ কৰাৰ বাবে পুনৰ সভাপতিৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিছো’।
♦ পুনৰ সভাপতি হ’ব ডা০ বৰা