Home দেশহায় সময়! পিতৃ-মাতৃৰ অনুমতি লৈ কিশোৰীক ধৰ্ষণ

হায় সময়! পিতৃ-মাতৃৰ অনুমতি লৈ কিশোৰীক ধৰ্ষণ

by News Desk
51 views
A+A-
Reset

ডিজিটেল ডেস্কঃ যোগীৰ উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হ’ল এক নৃশংস ঘটনা৷ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ফলত সংঘটিত হোৱা এই নৃশংস ঘটনাৰ বলি হ’বলগীয়া হয় এগৰাকী কিশোৰী৷ ঘটনাটো ইমানেই ঘৃণনীয় আছিল যে পিতৃ-মাতৃক ৫ কিলোগ্ৰাম সোণৰ লোভ দেখুৱাই কিশোৰী কন্যাক হত্যা কৰি এজন বেজে মৃতদেহটোকে ধৰ্ষণ কৰে৷

পিছত কনৌজৰ স্বৰ্ণ ব্যৱসায়ী ৫৫ বৰ্ষীয় মহাবীৰ প্ৰসাদ আৰু তেওঁৰ স্ত্ৰী পুষ্পাই বেজৰ প্ৰতিশ্ৰুতি অনুযায়ী সোণ নোপোৱাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত কৃষ্ণ শৰ্মা নামৰ এজন লোকে তেওঁলোকৰ ১৫ বৰ্ষীয় কিশোৰী কন্যা কবিতাক অপহৰণ কৰা বুলি উল্লেখ কৰিছে৷ আৰক্ষীৰ জেৰাত কৃষ্ণই দিয়া স্বীকাৰোক্তি শুনি হতবাক হৈ পৰে সকলো৷ লোকজনে জনোৱা মতে, পিতৃ-মাতৃৰ অনুমতিতেই হেনো তেওঁ কিশোৰীগৰাকীক হত্যা কৰি ধৰ্ষণ কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0