62
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী যুৱ আৰক্ষীৰ বিষয়া শ্বহীদ হোৱাৰ ঘটনাক সহজ ভাবে লব পৰা নাই বিভিন্ন পক্ষই।
অভিযানৰ বাবে সাজু হৈ যোৱা এটা দলৰ এগৰাকী আৰক্ষী বিষয়াৰ দেহত কেইবাটাও গুলী লগাৰ লগতে বুলেট প্ৰুফ জেকেট পিন্ধি থকাৰ পিছত কেনেদৰে দেহত গুলী লাগিল তাক লৈ আৰম্ভ হৈছে চৰ্চা।