Home ৰাজনীতি১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিবেশন, মঙলবাৰে অনুষ্ঠিত হ’ল সৰ্বদলীয় বৈঠক

১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিবেশন, মঙলবাৰে অনুষ্ঠিত হ’ল সৰ্বদলীয় বৈঠক

by News Desk
56 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশ ১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ ইতিমধ্যে দেশৰ প্ৰতিটো দলে চৰকাৰক ঘেৰিবলৈ সাজু হৈছে৷  

বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনৰ এদিন পূৰ্বে মঙলবাৰে পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত সৰ্বদলীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হয়৷ সৰ্বদলীয় বৈঠকত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আটাইকেইটা দলে উপস্থিত থাকে৷ বৰ্ষাকালীন অধিবেশন উত্তপ্ত হ’ব বুলি আশংকা কৰি থকা হৈছে যদিও সকলো দলেই অধিবেশনত সহায় কৰাৰ কথা প্ৰকাশ কৰে৷ বৰ্ষাকালীন অধিবেশন সফল কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা চলাই গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে কয় যে সৰ্বদলীয় বৈঠক ইতিবাচক হৈছে৷ দুয়োখন সদন সুচাৰুৰূপে চলিব দিব বুলি স্পষ্ট কৰে সকলো দলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0