60
ডিজিটেল ৰিপ’ৰ্টঃ ক্ৰমাৎ শোচনীয় হ’বলৈ আৰম্ভ কৰিছে ছেবাৰ গুণগত মানদণ্ড৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে এয়াই স্পষ্ট কৰি তুলিছে।
আশ্চৰ্যজনকভাৱে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০ শতাংশ পৰীক্ষাৰ্থীও উৰ্ত্তীৰ্ণ হ’বলৈ সমৰ্থ নহ’ল৷ মাত্ৰ ৪৭.৯৪ শতাংশ পৰীক্ষাৰ্থীয়েহে পাৰ হয় হাইস্কুলৰ ডেওনা৷