Home ৰাজ্যশক্তি মন্ত্ৰী তপনক প্ৰতিশ্ৰুতি পালন কৰি ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ দাবী পাঠশালাবাসীৰ

শক্তি মন্ত্ৰী তপনক প্ৰতিশ্ৰুতি পালন কৰি ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ দাবী পাঠশালাবাসীৰ

by News Desk
64 views
A+A-
Reset

newsnextone.com | বৰপেটাঃ প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্যবাসীক৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷

যোৱা ৭ সপ্তাহ ধৰি দেই পুৰি নিয়া গৰমে জনজীৱন ব্যাহত কৰি পেলাইছে যদিও বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪  ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0